প্ৰস্তাৱিত বুলেট ৰে'ল কৰিড'ৰ গুৱাহাটীলৈ সম্প্ৰসাৰণত অনুমোদন কেন্দ্ৰৰ । কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ মুখ্যমন্ত্ৰীৰ । গুৱাহাটী : অসমৰ ৰে ল যোগাযোগৰ ইতিহাসত এক নতুন অধ্যায়ৰ সংযোজন হ বলৈ গৈ আছে । দেশৰ প্ৰস্তাৱিত হাইস্পীড ৰে ল নেটৱৰ্কত অসম তথা গুৱাহাটীয়ে স্থান লাভ কৰিলে । কেন্দ্ৰীয় চৰকাৰে উত্তৰ ভাৰতৰ প্ৰস্তাৱিত বুলেট ৰে ল কৰিড ৰ গুৱাহাটীলৈ সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে । অসমৰ দাবীৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লৈছে । এই সিদ্ধান্তই অসমবাসীক.